জীৱিকাৰ উপায়

জীবিকাৰ উপায়
by লক্ষ্মীনাথ বেজবৰুৱা
কৃপাবৰ বৰুৱাৰ কাকতত টোপোলাৰ লেখা

মূৰ কামোৰণিটো যে সংক্ৰামক বা খোচৰা ব্যাধি এইটো কথা মই আগেয়ে নেজানিছিলো| এতিয়া দেখিছোঁ যে কলাজ্বৰ আৰু মাউৰৰ লগৰ ইও এটা বৃহত্‌ ব্যাধি|